প্ৰথম বাৰ্ষিক বহৰি (আদি সত্ৰ) অধিবেশন তাৰিখ : ১৮৯৭ শকৰ ভাদ্ৰ মাহৰ ২৪ তাৰিখ (ইং ১০-০৯-১৯৭৫) সভাপতি : শ্ৰী গিৰিধৰ শৰ্মা সম্পাদক : শ্ৰী পুষ্প গোস্বামী

দ্বিতীয় বাৰ্ষিক সৰ্থেবাৰী অধিবেশন তাৰিখ : ১৮৯৮ শকৰ ভাদ্ৰ মাহৰ ২২ তাৰিখ (ইং ২৯-০৪-১৯৭৬) সভাপতি : শ্ৰী গিৰিধৰ শৰ্মা সম্পাদক : শ্ৰী প্ৰমোদ চন্দ্ৰ গোস্বামী

তৃতীয় বাৰ্ষিক কৈহাটী অধিবেশন তাৰিখ : ইং ২৬-০৫-১৯৭৯ আৰু ২৭-০৫-১৯৭৯ উপ-সভাপতি : শ্ৰী প্ৰতাপ চন্দ্ৰ গোস্বামী সম্পাদক : শ্ৰী নগেন গোস্বামী

দুৰ্ভাগ্যত বশত: সেই অধিবেশন অনুষ্ঠিত হোৱাৰ কিছুদিন পাছৰ পৰাই সমগ্ৰ অসম জুৰি পাঁচ বছৰৰো অধিককাল চলি থকা বিদেশী বহিষ্কাৰ গণ আন্দোলন আৰু তাৰ লগত জড়িত আন আন বাধা বিঘিনি, আইন শৃংখলাৰ প্ৰশ্ন, যাতায়তৰ অসুবিধা ইত্যাদি প্ৰতিকুল অৱস্থাৰ কাৰণে সংঘৰ সকলো কামৰ লগতে বাৰ্ষিক অধিবেশন আয়োজন কৰাৰ পৰা বিৰত থাকিব লগা হয়। ইয়াৰ ভিতৰত ১৪-০৯-১৯৮০ ইং তাৰিখে বামুন্দী গাওঁত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ৫৫৫ তম জন্মোত্‍সৱৰ তিথিৰ দিনাখন উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘৰ তিথি পালন কৰা হয় লগতে সংঘৰ স্থায়ী সভাপতি শ্ৰী শৰত চন্দ্ৰ গোস্বামী দেৱৰ সভপতিত্বত এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰি সমিতিৰ বৈঠক অনুস্থিত হয় । অৱশেষত বহুদিন বিৰতিৰ পাছত ০১-০৫-১৯৮৫ ইং তাৰিখে গুৱহাটিৰ ৰিহাবাৰীৰ নামঘৰত বহা কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত হৰিগুৰুৰ মুখ্য সত্ৰ মানেৰী সত্ৰত বৰতলা আৰু আঞ্চলিক ৰাইজৰ সহোযোগত দশম বছৰৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰাৰ কথা আলোচনা কৰা হ্য় ।

দশম বাৰ্ষিক মানেৰী সত্ৰ (বৰতলা) অধিবেশন তাৰিখ : ইং ২৭-১০-১৯৮৫ স্থায়ী সভাপতি : শ্ৰী শৰত চন্দ্ৰ গোস্বামী সম্পাদক : শ্ৰী দুৰ্লভানন্দ চৌধুৰী

একাদশ বাৰ্ষিক বামুন্দী অধিবেশন তাৰিখ : ইং ০৭-১২-১৯৮৬ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী দুৰ্লভানন্দ চৌধুৰী

দ্বাদশ বাৰ্ষিক অধিবেশন ইং ০৭-১২-১৯৮৬ তাৰিখে বামুন্দি অধিবেশনৰ আলোচোনা মতে পৰৱৰ্ত্তী বছৰেকীয়া অধিবেশন খন হালধীবাৰী সত্ৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাব লোৱা হয় যদিও নানা ধৰণৰ কাৰিকৰি অসুবিধাৰ কাৰণে অধিবেশন অনুষ্ঠিত কৰা সম্ভৱ নহ’ল।

ত্ৰয়োদশ বাৰ্ষিক জাগাৰা অধিবেশন তাৰিখ : ইং ২৫-১২-১৯৮৮ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী দুৰ্লভানন্দ চৌধুৰী

চতুৰ্দশ বাৰ্ষিক সৰ্থেবাৰী অধিবেশন তাৰিখ : ইং ২৪-১২-১৯৮৯ –ৰ পৰা ২৬-১২-১৯৮৯ লৈ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী দুৰ্লভানন্দ চৌধুৰী

পঞ্চদশ বাৰ্ষিক বজালী হৰিপুৰ অধিবেশন তাৰিখ : ইং ২২-০২-১৯৯১ –ৰ পৰা ২৪-০২-১৯৯১ লৈ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী হৰমোহন গোস্বামী

ষষ্ঠদশ বাৰ্ষিক গুৱাহাটি (জিলা পুঠিভৰাল) অধিবেশন তাৰিখ : ইং ২৭-০৩-১৯৯২ –ৰ পৰা ২৯-০৩-১৯৯২ লৈ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী হৰমোহন গোস্বামী

সপ্তদশ বাৰ্ষিক বহৰি অধিবেশন তাৰিখ : ইং ১২-০২-১৯৯৩ –ৰ পৰা ১৪-০২-১৯৯৩ লৈ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী হৰমোহন গোস্বামী

অষ্টদশ বাৰ্ষিক অধিবেশন : তথ্য পোৱা নাই

উনবিংশতম বাৰ্ষিক বগীবাৰী অধিবেশন তাৰিখ : ইং ১৯৯৫ চন সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী উমেশ গোস্বামী

বিংশতম বাৰ্ষিক অধিবেশন : তথ্য পোৱা নাই

২১তম বাৰ্ষিক দোলাইগাওঁ (বঙাইগাওঁ) অধিবেশন তাৰিখ : ইং ০২-০৩-১৯৯৭ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী বিজয়ানন্দ চৌধুৰী

২২তম বাৰ্ষিক ৰামপুৰ যজ্ঞভূমি আৰু আমতলা নসত্ৰ অধিবেশন তাৰিখ : ইং ২৮-০৩-১৯৯৮ –ৰ পৰা ৩০-০৩-১৯৯৮ লৈ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী বিজয়ানন্দ চৌধুৰী

২৩তম বাৰ্ষিক অধিবেশন তাৰিখ : ইং ২৯-০৩-১৯৯৯ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী মাধব চন্দ্ৰ তালুকদাৰ

২৪তম বাৰ্ষিক ক্ষেত্ৰী অধিবেশন তাৰিখ : ইং ২৫-০২-২০০০ –ৰ পৰা ২৭-০২-২০০০ লৈ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী মাধব চন্দ্ৰ তালুকদাৰ

২৫তম বাৰ্ষিক নগৰবেৰা অধিবেশন তাৰিখ : ইং ২৪-০২-২০০১ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী মাধব চন্দ্ৰ তালুকদাৰ

২৬তম বাৰ্ষিক দলগোমা অধিবেশন তাৰিখ : ইং ০২-০৩-২০০২ আৰু ০৩-০৩-২০০২ সভাপতি : শ্ৰী ভোলাৰাম দাস সম্পাদক : শ্ৰী মাধব চন্দ্ৰ তালুকদাৰ

২৭তম বাৰ্ষিক তামুলিচিগা (যোৰহাট) অধিবেশন তাৰিখ : ইং ০৬-০২-২০০৩ –ৰ পৰা ০৮-০২-২০০৩ লৈ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

২৮তম বাৰ্ষিক হৰিদেৱনগৰ গুৱাহাটি অধিবেশন তাৰিখ : ইং ০৪-০৪-২০০৪ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

২৯তম বাৰ্ষিক বনিয়াকুছি অধিবেশন তাৰিখ : ইং ০৪-০২-২০০৫ –ৰ পৰা ০৬-০২-২০০৫ লৈ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

৩০তম বাৰ্ষিক বালিসত্ৰ অধিবেশন তাৰিখ : ইং ০৯-০২-২০০৬ –ৰ পৰা ১১-০২-২০০৬ লৈ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

৩১তম বাৰ্ষিক হৰিদেৱনগৰ গুৱাহাটি অধিবেশন তাৰিখ : ইং ১০-০৬-২০০৭ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

৩২তম বাৰ্ষিক ৰামপুৰ অধিবেশন তাৰিখ : ইং ১০-০৫-২০০৮ আৰু ১১-০৫-২০০৮ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

৩৩তম বাৰ্ষিক উত্তৰ লক্ষীমপুৰ অধিবেশন তাৰিখ : ইং ২৪-১২-২০০৯ –ৰ পৰা ২৬-১২-২০০৯ লৈ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

এই বাৰ্ষিক অধিবেশন খন ০৫-০৪-২০০৯ ইং তাৰিখে অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল যদিও সংঘৰ বিভিন্ন কাৰিকৰি অসুবিধাৰ কাৰণে ডিচেম্বৰ মাহলৈ পিছুৱাই নিযা হ’ল।

৩৪তম বাৰ্ষিক মাজুলী অধিবেশন তাৰিখ : ইং ২৫-০৩-২০১১ –ৰ পৰা ২৭-০৩-২০১১ লৈ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

৩৫তম বাৰ্ষিক হাউলী অধিবেশন তাৰিখ : ইং ২১-০১-২০১২ আৰু ২২-০১-২০১২ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কান্তেশ্বৰ কলিতা

৩৬তম বাৰ্ষিক বামুন্দী অধিবেশন তাৰিখ : ইং ০৯-০২-২০১৩ আৰু ১০-০২-২০১৩ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী জয়দেৱ গোস্বামী

৩৭তম বাৰ্ষিক হৰিদেৱনগৰ গুৱাহাটি অধিবেশন তাৰিখ : ইং ০৫-০৪-২০১৪ আৰু ০৬-০৪-২০১৪ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী জয়দেৱ গোস্বামী

৩৮তম বাৰ্ষিক বনগঞাঁগিৰি ক্ষেত্ৰ বহৰি অধিবেশন তাৰিখ : ইং ২২-০১-২০১৫ –ৰ পৰা ২৪-০১-২০১৬ লৈ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী বাণীকান্ত গোস্বামী

৩৯তম বাৰ্ষিক ফুটুৰিপাৰা (কৃষ্ণাই) অধিবেশন তাৰিখ : ইং ১২-০৩-২০১৬ আৰু ১৩-০৩-২০১৬ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী বাণীকান্ত গোস্বামী

৪০ তম বাৰ্ষিক হৰিদেৱ ক্ষেত্ৰ (টিহু ) অধিবেশন তাৰিখ : ইং২০-০১--২০১৭ ৰ পৰা ২২ -০১ -২০১৭ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কৰুণা কন্ত তালুকদাৰ

৪১ তম বাৰ্ষিক অধিবেশন নাৰায়ণপূৰ, উত্তৰ লক্ষীমপুৰ তাৰিখ : ইং xx-xx--২০১৮ ৰ পৰা xx -xx -২০১৮ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কৰুণা কন্ত তালুকদাৰ

৪২ তম বাৰ্ষিক বঙাইগাওঁ অধিবেশন তাৰিখ : ইং ০৮-০৩ - ২০১৯ ৰ পৰা ১০ - ০৩ - ২০১৯ সভাপতি : শ্ৰী ৰাধা বৰা সম্পাদক : শ্ৰী কৰুণা কন্ত তালুকদাৰ

৪৩ তম বাৰ্ষিক বৃহত্তৰ ডিমৰীয়া বগিবাৰী অধিবেশন তাৰিখ : ইং ১৪-০৩-২০২০ ৰ পৰা ১৫ - ০৩ -২০২০ সভাপতি : শ্ৰী কান্তেশ্বৰ কলিতা সম্পাদক : শ্ৰী ৰমেশ তালুকদৰ

৪৪ তম বাৰ্ষিক গুৱাহাটী অধিবেশন তাৰিখ : ইং ০৬/ ০৭-০২-২০২১ সভাপতি : শ্ৰী কান্তেশ্বৰ কলিতা সম্পাদক : শ্ৰী ৰমেশ তালুকদৰ

৪৫ তম বাৰ্ষিক আমত'লা অধিবেশন তাৰিখ : ইং ২৬ আৰু ২৭ মাৰ্চ ২০২২ সভাপতি : শ্ৰী কুলৰঞ্জন ভূঞা সম্পাদক : শ্ৰী শৈলেন তালুদাৰ

আগন্তুক ৪৬ তম বাৰ্ষিক নপ্তিপাৰা অধিবেশন তাৰিখ : ইং ১০, ১১ আৰু ১২ মাৰ্চ ২০২৩ (প্ৰস্তাৱিত) সভাপতি : শ্ৰী কুলৰঞ্জন ভূঞা সম্পাদক : শ্ৰী শৈলেন তালুকদাৰ

Please enter your Name, Address, Suggession etc.

Please use english alphabets only while filling the form

Name:        
Address