১। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ বিৰচিত - শৰণ সিদ্ধান্ত সম্পাদনা – হৰমোহন দেৱ গোস্বামী প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯১ চন

২। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ বিৰচিত – ভক্তিৰস তৰঙ্গিনী সম্পাদনা – ৰজনীকান্ত দেৱশৰ্মা আৰু হৰমোহন দেৱ গোস্বামী প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯২ চন

৩। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ বিৰচিত – গীতা সাৰ (উপলব্ধ নহয়)

৪। দ্বিজবাণেশ্বৰ বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ চৰিত্ৰ (সংস্কৃত) সম্পাদনা – হৰিনাৰায়ণ গোস্বমী, কৈহাটী সত্ৰ আৰু কৰুণা বৰুৱা, নগাওঁ ১৩৩২ বঙ্গাব্দ । ১৯১৮ চন

৫। দ্বিজ দিবাকৰ বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ চৰিত্ৰ (পদত) সম্পাদনা – হৰিনাৰায়ণ গোস্বমী, কৈহাটী সত্ৰ আৰু কৰুণা বৰুৱা, নগাওঁ ১৩৩২ বঙ্গাব্দ । ১৯১৮ চন

৬। বনগঞাঁগিৰি বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ চৰিত্ৰ প্ৰকাশক - বহৰি সত্ৰ । ১৮৮২ শক । ১৯৬০ চন

৭। শ্ৰী শ্ৰী অৰ্জুনদেৱ বিৰচিত – শ্ৰী শ্ৰী হৰিগুৰুৰ লীলামালা সম্পাদনা – শ্ৰী মথুৰামোহন গোস্বামী প্ৰকাশক - শ্ৰী প্ৰতুল ডেকা, সৰুক্ষেত্ৰি হৰিদেৱ প্ৰচাৰ সমিতি। ১৯৮২ চন

৮। দ্বিজ জগন্নাথ বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ গুৰু চৰিত সম্পাদনা – যতীন গোস্বামী প্ৰকাশক - বিনোদ নাথ্, বুকলেণ্ড । ২০০২ চন

৯। দামোদৰ দেৱ গোস্বামী বিৰচিত – প্ৰসংগ-মালা প্ৰকাশক - বৈষ্ণৱ সাহিত্য প্ৰকাশন । ১৯৭৫ চন

১০। দামোদৰ দেৱ গোস্বামী বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ কীৰ্ত্তন প্ৰকাশক - বৈষ্ণৱ সাহিত্য প্ৰকাশন । ১৯৮৩ চন

১১। দামোদৰ দেৱ বিৰচিত – শ্ৰী শ্ৰী জগন্নাথ দেৱৰ বংশাৱলী প্ৰকাশক - বৈষ্ণৱ সাহিত্য প্ৰকাশন । ১৯৭০ চন

১২। দামোদৰদেৱ বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - বৈষ্ণৱ সাহিত্য প্ৰকাশন । ১৯৯০ চন

১৩। ৰম্ভাপ্ৰিয়াদেৱী বিৰচিত – হৰিদেৱ চৰিত প্ৰকাশক - সৰুক্ষেত্ৰী হৰিদেৱ প্ৰচাৰ সমিতি । ১৯৭৪ চন

১৪। সৰলাদেৱী বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ নামামৃত প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯২ চন

১৫। প্ৰতুল ডেকা বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ লীলা চৰিত গীতিমালা প্ৰকাশক - অধ্যাপক মথুৰামোহন গোস্বামী । ১৯৭৯ চন

১৬। গিৰীধৰ শৰ্মা বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৭৬ চন

১৭। শৰতচন্দ্ৰ গোস্বামী বিৰচিত – জনগনৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৮৫ চন

১৮। ড০ সুধাংশুমোহন বিৰচিত – জনগনৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ (বাংলা অনুবাদ) প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ ।

১৯। চন্দ্ৰকান্ত দাস বিৰচিত – জনগনৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ (হিন্দী অনুবাদ) প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ ।

২০। গণেশ বৰ্মন সম্পাদিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ বাণী আৰু গীত প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯১ চন

২১। মুনীন্দ্ৰনাথ শৰ্মা বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - অধ্যাপক কৃষ্ণকান্ত গোস্বামী, শ্ৰী শ্ৰী হৰিদেৱ প্ৰচাৰ সমিতি, বজালী, হৰিপুৰ সত্ৰ । ১৯৯১ চন

২২। দামোদৰদেৱ গোস্বামী বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - বৈষ্ণৱ সাহিত্য প্ৰকাশন । চন ১৯৯০

২৩। তীৰ্থলোচন তামূলী বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ চৰিত চিন্তা প্ৰকাশক - বসন্ত কুমাৰ ভূঞা, নীলকণ্ঠ বুক ষ্টল্, পানবজাৰ। ১৯৯০ চন

২৪। কান্দোৰাম তালুকদাৰ আৰু দেবেন্দ্ৰ নাথ গোস্বামী বিৰচিত - শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯২ চন

২৫। ভুবনেশ্বৰ পাটগিৰী বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ: কৃতিত্ব আৰু দৰ্শন প্ৰকাশক - সৰ্বেশ্বৰ তালুকদাৰ । ১৯৯২ চন

২৬। শ্ৰী প্ৰফুল্ল উদাৰ গোপাল বাবা বিৰচিত – সনাতন শ্ৰুতিমালা প্ৰকাশক - চন্দ্ৰধৰ বৰুৱা, সদৌ অসম সনাতন ধৰ্ম সমিতি। ১৯৮৯ চন

২৭। লোহিত ডেকা সম্পদিত – গুৰুজনাৰ ৰচিত কেইটমান বৰগীত প্ৰকাশক - মৃনাল ডেকা। ১৯৮৯ চন

২৮। ভাগৱতাচাৰ্য্য বিৰচিত – কথাসুত্ৰ সম্পাদনা – হৰমোহন দেৱগোস্বামী প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯৩ চন

২৯। দামোদৰ দেব গোস্বামী বিৰচিত –শ্ৰী শ্ৰী হৰিদেৱ আৰু পঞ্চপ্ৰদীপ প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯২ চন

৩০। নগেন্দ্ৰ নাৰায়ন দেৱ গোস্বামী বিৰচিত – ধৰ্মমূৰ্তি শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯৪ চন

৩১। নগেন্দ্ৰ নাৰায়ন দেৱ গোস্বামী বিৰচিত – শ্ৰী শ্ৰী হৰিদেৱ পদাঙ্ক প্ৰভা প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯৫ চন

৩২। নবীন ডেকা বিৰচিত – বৈষ্ণৱ পঞ্চৰত্ন প্ৰকাশক - নবীন ডেকা, সৰ্থেবাৰী।

৩৩। লোহিত চন্দ্ৰ পাঠক বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুৰ জীৱন দৰ্শন প্ৰকাশক - অমৰেন্দ্ৰ পাঠক, বহৰি সত্ৰ। ১৯৮৭ চন

৩৪। লোহিত চন্দ্ৰ পাঠক বিৰচিত – সত্ৰীয়া নাম প্ৰসঙ্গ আৰু বিবিধ নাম কীৰ্ত্তন প্ৰকাশক - বিবেকানন্দ তালুকদাৰ। ১৯৮৩ চন

৩৫। সৰ্বেশ্বৰ তালুকদাৰ বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ সংক্ষিপ্ত জীৱন, বাণী আৰু গীত প্ৰকাশক - সৰ্বেশ্বৰ তালুকদাৰ । ১৯৯১ চন

৩৬। ভুবনেশ্বৰ পাটগিৰী বিৰচিত – অমৃত দৰ্শন (শিশু নাট) প্ৰকাশক - সৰ্বেশ্বৰ তালুকদাৰ

৩৭। আদ্যনাথ গোস্বামী বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ গীত আৰু গুণমালা প্ৰকাশক - কনক প্ৰভা দেৱী।

৩৮। প্ৰতাপ চন্দ্ৰ গোস্বামী বিৰচিত –শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - চন্দ্ৰ প্ৰকাশ, পানবজাৰ। ১৯৮৮ চন

৩৯। জ্ঞানেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ লীলামৃত প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ, শিপনশিলা শাখা, বঙাইগাওঁ ১৯৯৩ চন

৪০। সৰ্বেশ্বৰ তালুকদাৰ বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ (চমু পৰিচয়) প্ৰকাশক - সৰ্বেশ্বৰ তালুকদাৰ । ১৯৯৪ চন

৪১। সৰ্বেশ্বৰ তালুকদাৰ বিৰচিত – ভাগৱতাচাৰ্য্য মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - গীতাঞ্জলী তালুকদাৰ । ১৯৯৪ চন

৪২। গজেন্দ্ৰ নাথ পাঠক বিৰচিত – মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুৰ জীৱন চৰিত প্ৰকাশক - উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘ । ১৯৯৫ চন

৪৩। ড০ নবীন শৰ্মা বিৰচিত – বৈষ্ণৱ দৰ্পণ প্ৰকাশক - কৃষ্ণ গোস্বামী, বজালী । ১৯৯১ চন

৪৪। টি. চি. ৰস্তোগী বিৰচিত – Assam Vaishnavaism প্ৰকাশক - Om Sons Publications, T-7, Rajouri Garden New Delhi-110027 : 1994

৪৫। গৌৰীশংকৰ ভট্টচাৰ্য্য, ৰাধা বৰা, কুশল শইকীয়া বিৰচিত – জনদিয়েক মানৱতাবাদী প্ৰকাশক - গৌৰীশংকৰ ভট্টচাৰ্য্য, নৱদিগন্ত, গান্ধী মাৰ্গ, চি. এচ. ৰোড্, উলুবাৰী । ২০০২ চন

৪৬। ড০ দ্বিজেন্দ্ৰ নাথ ভকত বিৰচিত – সত্ৰৰ সমীক্ষাত্মক ইতিবৃত্ত প্ৰকাশক - ভবানী বুক হাউচ, ধুবুৰী ।

৪৭। অৰুণ ৰাজবংশী বিৰচিত – জীৱনীমালা প্ৰকাশক - জ্যোতিনগৰ সাহিত্য সভা । ২০০১ চন

৪৮। য্তীন গোস্বামী বিৰচিত – কামৰূপীয়া বৈষ্ণৱ দৰ্শণ প্ৰকাশক - জয়া প্ৰকশন, গুৱাহাটী। ২০০০চন

৪৯। কান্তেশ্বৰ কলিতা বিৰচিত – বয়োজেষ্ঠ বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ প্ৰকাশক - ৰেবা কলিতা,কলিতা প্ৰকাশন্, ফটাশিল আমবাৰী। ২০০৪ চন

৫০। শিশিৰ কুমাৰ ভট্টচাৰ্য্য বিৰচিত – অসমৰ সত্ৰ পৰিচয় প্ৰকাশক - আউনীআটি সত্ৰ সন্ত সমাৰোহ উদযাপন সমিতি। ২০০৪ চন

৫১। হৰমোহন দেৱ গোস্বামী বিৰচিত – বনিয়কুছি সত্ৰৰ বুৰঞ্জী প্ৰকাশক - ৰাধা বৰা। ২০০৫ চন

৫২। কান্তেশ্বৰ কলিতা বিৰচিত – বালি সত্সঙ্গী সত্ৰৰ চমু বুৰঞ্জী প্ৰকাশক - কলিতা প্ৰকাশন্, ফটাশিল আমবাৰী । ২০০৬ চন

৫৩। ড০ গোবিন্দ বল্লভ গোস্বামী বিৰচিত – জাগৰা সত্ৰৰ ইতিবৃত্ত প্ৰকাশক - অৰ্পণা গোস্বামী, ৰুক্মিনী নগৰ। ২০০৬ চন

৫৪। তালুকদাৰ অনুপম অনুৰুদ্ধ বিৰচিত – হৰিগুৰু সংবাদ প্ৰকাশক - উদয় মৰল ট্ৰাষ্ট। ২০০৯ চন

৫৫। ৰাণী গোস্বামী বিৰচিত – হৰিদেৱ মঞ্জুষা সম্পাদনা - শৰ্মিষ্ঠা গোস্বামী প্ৰকাশক - হৰমোহন দেৱ গোস্বামী । ২০০৯ চন

৫৬। দ্বিজ কপিল দেৱ বিৰচিত – ভক্তি কথা সম্পাদক আৰু প্ৰকাশক - হৰমোহন দেৱ গোস্বামী । ২০০৮ চন

৫৭। দ্বিপেন্দ্ৰ নাথ গোস্বামী, কান্তেশ্বৰ কলিতা বিৰচিত – Life and Teachings of Harideva প্ৰকাশক - ৰেবা কলিতা,কলিতা প্ৰকাশন, ফটাশিল আমবাৰী। ২০১২ চন

৫৮। নগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী বিৰচিত – বন্দনম্ (সংস্কৃত) প্ৰকাশক - জ্ঞানেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী । ২০০০ চন

৫৯। হৰমোহন দেৱ গোস্বামী বিৰচিত – মহপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ প্ৰপঞ্চ প্ৰকাশক - মৃগাংক গোস্বামী আৰু বেদান্ত গোস্বামী । ২০১৫ চন

৬০। তালুকদাৰ অনুপম অনুৰুদ্ধ বিৰচিত – অসমৰ সত্ৰ (শ্ৰী শ্ৰী হৰিদেৱ সত্ৰ) প্ৰকাশক - কৈলাশ দাস, অজিত মেধি আৰু সঞ্জীৱ কুমাৰ শৰ্মা । ২০১৫ চন

৬১। ড০ প্ৰফুল্ল ভূঞা বিৰচিত – অসমৰ বৈষ্ণৱ ধৰ্মৰ তত্ত্ব আৰু দৰ্শণ প্ৰকাশক - বাণী মন্দিৰ, পানবজাৰ ।

৬২। ভোলাৰাম দাস বিৰচিত – ভাষণাৱলী (সভাপতিৰ ভাষণ) সম্পাদনা - কান্তেশ্বৰ কলিতা প্ৰকাশক - ভোলাৰাম দাস, বহৰি হাউচ্, ৰিহাবাৰী । ২০০৫ চন

৬৩। ৰাধা বৰা আৰু হৰমোহন দেৱ গোস্বামী সম্পাদিত – শ্ৰী শ্ৰী হৰিদেৱ দৰ্শণ প্ৰকাশক - ৰাধা বৰা । ২০০৯ চন

৬৪। উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘৰ হৈ ৰাধা বৰা সম্পাদিত – শ্ৰী শ্ৰী হৰিদেৱ চৰ্চা প্ৰকাশ - ২০১৫ চন

৬৫। সমীন কলিতা বিৰচিত – মহাপুৰুষ হৰিদেৱ প্ৰকাশক - চন্দ্ৰ প্ৰকাশ, পানবজাৰ । ২০১৬ চন

Please enter your Name, Address, Suggession etc.

Please use english alphabets only while filling the form

Name:        
Address